দায়িত্ব লৈয়ে হোজাইত অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকা; বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা
ডিজিটেল ডেস্ক, ৯ জুন : হোজাই জিলাৰ নতুন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে আজি হোজাই জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা। কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া আৰু স্থানীয়…