নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ নদী কিনাৰ নিগম গাঁৱত নাহৰফুটুকীৰ আতংক

বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰী মৌজাৰ বুঢ়ীদিহিং নদী কিনাৰ নিগম গাঁৱৰ সমীপৱৰ্তী ডাঠ হাবি-বননিৰ মাজত আশ্ৰয় লৈ থকা এটা নাহৰফুটুকী বাঘে উক্ত গাঁৱৰ লগতে নিকটৱৰ্তী গাওঁ সমূহত আতংক সৃষ্টি কৰিছে বুলি…

ব্রহ্মপুত্র উপত্যকাৰ নিম্ন আদালতত নচলে অসমীয়া

বিশেষ বার্তা, ২০ নৱেম্বৰঃ ফৌজদাৰী কিম্বা দেৱানী আদালতত ৰাজ্যিক ভাষা তৎকালে ব্যৱহাৰৰ দাবী জনাই তিনিচুকীয়া প্রেছ ক্লাবত সদৌ অসম উকীল সন্থাৰ উপ–সভাপতি অশোক কুমাৰ কর্মকাৰে কালি এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত কর্মকাৰে কয় যে ১৯৬০ চনৰ…

কোনোবাই কিবা ক’ব পাৰে, অগপত বিসম্বাদ নাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ বিজেপিৰে মিত্রতাক লৈ অগপৰ একাংশ নেতাই বিভিন্ন প্রশ্নৰ অৱতাৰণা কৰি অহাৰ সময়তে দলটোৰ সভাপতি মন্ত্রী অতুল বৰাই দলত কোনো বিসম্বাদ নাই বুলি স্পষ্ট কৰি দিছে৷ সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই স্পষ্টভাৱে কয়– অগপত…

জানুৱাৰীত পঞ্চায়ত নির্বাচন : ৩০ ডিচেম্বৰৰ পূর্বে ভোটাৰ তালিকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ পঞ্চায়তৰ সমষ্টি নির্ধাৰণক লৈ চলি থকা বিতর্কৰ মাজতে আজি মুখ্যমন্ত্রীয়ে অহা বর্ষৰ আৰম্ভণিতেই পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ উদ্ধৃতিৰে সদৰী কৰে৷ দিছপুৰত অনুষ্ঠিত ৰাজ্যিক…

কৰিমগঞ্জ জিলাৰ নতুন নাম হ’ব শ্রীভূমি জিলা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ ৰাজ্যৰ যিসমূহ গাঁও, চহৰ–নগৰৰ নামৰ ঐতিহাসিক পটভূমি নাই, তেনে গাঁও, চহৰ–নগৰৰ নাম সলনি কৰাৰ বাবে ইতিপূর্বে ৰাজ্য চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত অনুসৰিয়েই ৰাজ্যিক কেবিনেটে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্রীভূমি…

জিএমচিএইচত অত্যাধুনিক এমআৰআই সেৱা মুকলি মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন মাত্রা প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্রৰ অত্যাধুনিক এমআৰআই সেৱা আনুষ্ঠানিকভাৱে মুকলি…

বাঘিনীৰ সংগ বিচাৰি ৩০০ কিলোমিটাৰ যাত্রা জ’নীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ বনৰীয়া প্রাণীৰ কিছুমান কাণ্ডই কেতিয়াবা জীৱশ্রেষ্ঠ মানুহকো গভীৰভাৱে ভাবিবলৈ বাধ্য কৰায়৷ তেনে এক কাণ্ড সংঘটিত হৈছে মতা বাঘ জ’নীৰ ক্ষেত্রত৷ মহাৰাষ্ট্রৰ টিপেশ্বৰ বন্যপ্রাণী অভয়াৰণ্যৰ বাঘ জ’নীয়ে বাঘিনীৰ সংগ…

কৃত্রিম বৰষুণ : আপ চৰকাৰে বিচাৰিলে কেন্দ্রৰ অনুমোদন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ নৱেম্বৰঃ ৰাজধানী দিল্লীৰ ভয়াৱহ বায়ু প্রদূষণৰ মাত্রা নিয়ন্ত্রণ কৰিবলৈ কৃত্রিম বৰষুণৰ পোষকতা কৰি কেন্দ্রৰ অনুমোদন বিচাৰিছে দিল্লীৰ আপ চৰকাৰে৷ চৰকাৰৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে বায়ু প্রদূষণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি…