সুকন্যা : অসমৰ পুণ্যতীর্থ মণিকর্ণেশ্বৰ দেৱালয়
মৃগেন শর্মা
মণিকর্ণেশ্বৰ দেৱালয় উত্তৰ গুৱাহাটীত অৱস্থিত৷ এই মন্দিৰ অসমৰ বিখ্যাত মন্দিৰবোৰৰ ভিতৰত এটা৷ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ নামৰ গ্রন্থত আছে – ‘গুৱাহাটী নগৰৰ সন্মুখত ব্রহ্মপুত্রৰ উত্তৰ পাৰত য’ত বৰনদী আহি ব্রহ্মপুত্রত পৰিছে, তাতে মণিশৈল বা মণিকর্ণেশ্বৰ পর্বত৷ ১৭৫৫ চনত স্বর্গদেউ ৰাজেশ্বৰ সিংহহ এহ মন্দিৰ নির্মাণ কৰাহছিল৷ মন্দিৰৰ বেৰত শিলালিপিত…
Read More...