সুকন্যাত লখিমপুৰৰ বিশিষ্ট মুখাশিল্পী সুস্মিতা বৰাৰে সাক্ষাৎকাৰ
সাক্ষাৎ গ্রহণঃ জীৱন গোস্বামী
ফোনঃ ৯৮৫৪১–৯০০৫২
মুখাশিল্পৰ প্রতি আপুনি কিদৰে আকর্ষিত হ’ল? এইক্ষেত্রত সত্রৰ প্রভাৱ পৰিছিল নেকি?
মই সৰুৰে পৰা যিহেতু মুখাশিল্পৰ সত্রতে ডাঙৰ হৈছো, সৰুৰ পৰা মুখাশিল্পৰ পৰিৱেশ পাই অহাৰ কাৰণে মুখাশিল্পৰ প্রতি দুর্বলতা এটা থকাটো স্বাভাৱিক কথা আছিল৷ তাতে আকৌ মই ছবি আঁকি ভাল পোৱা ছোৱালী আছিলো৷ সৰুৰ পৰাই আমাৰ সত্রৰ…
Read More...