সুকন্যাত গল্প : মায়াৱিনী মৰীচিকা…
নাচিমা য়াচমিন
: প্রিয়া, তই আকৌ এবাৰ ভাবি চা সকলো,
: ভাবি চাবলৈ কি আছে, মই ভাল পাওঁ তাক, এইয়াই যথেষ্ট নহয় জানো?
: নহয় যথেষ্ট, অকল তই ভাল পালেই হ’ব জানো? সি তোক ভাল পায়নে? আৰু সি কেনেকুৱা ল’ৰা, তই নিশ্চয় নজনা নহয়৷ ছোৱালীৰ ভাৱনাৰ লগত খেলি সি স্ফূর্তি পায়৷
: কিয় ভাল নাপাব আকৌ, সি মোক বহুত বেছি ভাল পায়৷ আৰু সি এতিয়া সলনি হৈ গৈছে৷ মোৰ বাহিৰে বেলেগ…
Read More...