সুকন্যা : কাজিৰঙাত নতুন প্রাণী বিনতুৰং
কংকণা শর্মা
ড০ বিক্রমাদিত্য বকলীয়াল
এই বছৰৰ আৰম্ভণিতে কাজিৰঙাত ‘নতুন প্রাণীৰ সন্ধান’ শীর্ষৰে বাতৰিৰ শিৰোনাম দখল কৰা বিনতুৰং Binturong) ঘন জংগলত বাস কৰা, লোকচাক্ষুৰ পৰা আঁতৰি ফুৰা এবিধ বিৰল স্তন্যপায়ী প্রাণী, যাক বৈজ্ঞানিকভাৱে Arctictisbinturong নামেৰে জনা যায়৷ চাল–চলন আৰু দেহৰ অৱয়ব কিছু পৰিমাণে ভালুক আৰু মেকুৰীৰ লগত মিলে বাবে এই মজলীয়া আকাৰৰ…
Read More...