সুকন্যা : ৰুদ্রসিংহৰ চিৰিয়াখানা পহুগড় আৰু অসম ৰাজ্যিক চিৰিয়াখানা
প্ৰদীপ ঠাকুৰীয়া
স্বর্গদেউ ৰুদ্রসিংহহ (১৬৯৬–১৭১৪ খ্রীঃ) নিজৰ ৰাজত্বকালত বহুতো ঐতিহাসিক ৰাজমহল, দৌল–দেৱালয়, বাট–পথ আদি বনোৱাৰ সময়তে পশু–পক্ষী, বন্য জীৱ–জন্তুৰ সুৰক্ষাৰ কথা চিন্তা কৰি এখন চিৰিয়াখানা বনোৱাৰ পৰিকল্পনা কৰিছিল৷ এই চিৰিয়াখানাক পশুগড় বা পহুগড় বুলি জনা যায়৷ ৰুদ্রসিংহই ঐতিহাসিক জেৰেঙা পথাৰৰ বুকুত আশ্চর্যজনক নির্মাণশৈলী আৰু কৌশল খটুৱাই এই…
Read More...