সুকন্যাত ৰেচিপি
জুৰি বৰঠাকুৰ
বেঙেনাৰে অমিতাৰ ফুল
উপকৰণ : অমিতাৰ ফুল
১ মুঠি, কণী বেঙেনা ৩/৪টা, সৰু আকাৰৰ আলু ১টা, মাহগুটি, খাজুৰী ২টা, নিমখ, হালধি, গৰম পানী, ফোৰণৰ বাবে তেজপাত, মিঠিগুটি, কালজিৰা, কেঁচা জলকীয়া৷
প্রণালীঃ দীঘল ঠাৰিৰ পৰা অমিতাৰ ফুলবোৰ সৰু সৰু কলিৰে সৈতে ছিঙি ভালদৰে ধুই পানী নিগৰিবলৈ এখন চালনিত থ’লোঁ৷ অমিতা ফুলৰ উক্ত তিতা আঁতৰাবলৈ এটা পাত্রত…
Read More...