ঘূগুহা দ’ল : ঐতিহ্য–পর্যটনৰ সম্ভাৱনা
🔹 দীপামণি হাজৰিকা বৰুৱা
এটা জাতিক ভৱিষ্যৎ প্রজন্মৰ আগত সু–শৃংখলিত আৰু সঁচা ৰূপত চিনাকি কৰাই দিয়াৰ ক্ষেত্রত স্থাপত্য শিল্পই এক অনন্য ভূমিকা পালন কৰে৷ ইতিহাসে যেতিয়াই সঠিক তথ্যৰ যোগান ধৰিবলৈ অপাৰগ হয়, তেতিয়াই মানুহে কিংবদন্তিৰ কাষ চাপে৷ মুখে মুখে প্রচলিত কিংবদন্তিসমূহৰ সহায় লৈয়ে কেতিয়াবা একো একোটা স্থাপত্য শিল্পৰ অতীত সম্পর্কে একোটা ধাৰণা গ্রহণ কৰি…
Read More...