সুকন্যা : অসমৰ প্রথম পক্ষী উদ্যান মাজুলীৰ চৰাইচোং
স্বৰাজ ফুকন
প্রকৃতিৰ অপর্যাপ্ত সম্ভাৰেৰে বিনন্দীয়া এই ধৰণী৷ প্রকৃতিৰ সৌন্দর্য বৃদ্ধিত মানুহৰ অৱদান অপৰিহার্য বুলি আমি নিশ্চয় ভাবিব পাৰোঁ৷ পিছে প্রকৃতিক ধ্বংস কৰি তাৰ ঠাইত বৃহৎ উদ্যোগ, গগণচুম্বী অট্টালিকা, প্রতিষ্ঠান আদি গঢ়ি তোলাও আধুনিক মানুহৰ ধর্ম হৈ পৰিছে৷ এই প্রসংগত বিশ্বৰ দুখন উন্নত দেশ আমেৰিকা আৰু ইংলেণ্ডৰ সভ্যতা–দর্শনৰ কথা মনলৈ আহে৷ আমেৰিকাই…
Read More...