সুকন্যা : ড০ মালিনী গোস্বামীৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন : ৮৬৩৮৪–১৪৯৫৪
ফটো : দিব্যজ্যোতি ৰাভা
অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা, সংস্কৃত ভাষা–সাহিত্যৰ গৱেষক–পণ্ডিত ড০ মালিনী গোস্বামীয়ে অসমীয়া সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছে৷ যোৰহাটৰ গৌৰাংগ সত্রৰ জীয়ৰী ড০ গোস্বামী প্রয়াত পদ্মেন্দ্র নাৰায়ণ গোস্বামী আৰু নলিনী গোস্বামীৰ…
Read More...