সুকন্যা : পানেৰীৰ অর্পণা মেধিৰ কর্মমুখী আদর্শ
বাপন শর্মা
আমি জানো যে প্রত্যেকজন ব্যক্তি তথা লোকৰে নিভৃত কোণত কিছু সপোন আৰু লক্ষ্য থাকে৷ মানুহে জীৱনৰ পৰা আশা কৰা বিভিন্ন প্রাপ্তি অথবা আকাংক্ষিত লক্ষ্যত উপনীত হ’ব নোৱাৰিলেও কিন্তু কর্মস্পৃহা দৃঢ়তাৰে গতিশীল কৰি তোলে৷ আন কিছুমান লোকে নিজৰ নিজৰ লক্ষ্যত ডপনীত হ’ব নোৱাৰালৈকে সাধনা, ত্যাগ আৰু মনোবল সুদৃঢ় কৰি তুলি বিভিন্ন কামত মন আত্মনিয়োগ কৰি জীৱন…
Read More...