সুকন্যা : NSDৰ প্রথমগৰাকী অসমীয়া মহিলা স্নাতক পূর্ণিমা পাঠক শইকীয়াৰে সাক্ষাৎকাৰ
সাক্ষাৎ গ্রহণ : অনুভৱ পৰাশৰ
ফোন : ৯৮৬৪৭–৩৪৭৯৮
আপোনাৰ জন্ম আৰু শৈশৱৰ বিষয়ে কওকচোন৷
মোৰ জন্ম হৈছিল নাজিৰাত৷ দেডতা চাকৰি সূত্রে তেতিয়া নজিৰাত আছিল৷ মোৰ জন্মৰ কিছুদিন পিছতে দেউতা যোৰহাটলৈ বদলি হৈ আহিল আৰু মোৰ শৈশৱটো পাৰ হয় যোৰহাটত৷ মোৰ দেউতা আছিল যোগেশ্বৰ শর্মা পাঠক আৰু মা যোগেশ্বৰী দেৱী৷ দেউতাই পুলিচত চাকৰি কৰিছিল আৰু আৰক্ষী অধীক্ষক হিচাপে অৱসৰ…
Read More...