বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ বসুমতাৰীৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : জনপ্ৰিয় টিভি ধাৰাবাহিক "বেহাৰবাৰী আউটপোষ্ট"ৰ জনপ্ৰিয় চৰিত্ৰ "বসুমতাৰী" তথা ফেইলাও বসুমতাৰীৰ (৫৫) যোৱানিশা মৃত্যু হয়। দীৰ্ঘদিন ধৰি যকৃৎ ৰোগত আক্ৰান্ত হৈ থকা "বসুদা" ওৰফে ফেইলাও বসুমতাৰীৰ যোৱানিশা গুৱাহাটীস্থিত ডাউন টাউন হস্পিটালত মৃত্যু হয়।
আজি পুৱাৰ ভাগত বাক্সাৰ লাউখাটা বাঘাজানীৰ নিজ বাসগৃহত শিল্পীগৰাকীৰ নশ্বৰ দেহ…
Read More...