পদূলিমুখ হেঁপাহৰ ৰঙালী বিহু… শোণিতপুৰৰ লোক্ৰাত বিহু নাচ কৰ্মশালা
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে শোণিতপুৰৰ বিভিন্ন স্থানত অব্যাহত আছে ৰঙালীক আদৰাৰ পৰ্ব। ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আছে বিহু নাচ কৰ্মশালা। নদুৱাৰ বিধানসভা সমষ্টিৰ লোক্ৰাত লোক্ৰা বুঢ়াগাঁও আঞ্চলিক ৰঙালী বিহু মেলা সমিতিৰ উদ্যোগত বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে বিহু নাচৰ কৰ্মশালা। কৰ্মশালাত চাৰিদুৱাৰৰ বিহু নৃত্য…
Read More...