কণ্ঠশিল্পী নৱনীতা শৰ্মাৰ ‘ব’হাগৰ বা’ শীৰ্ষক গীত উন্মোচন
গোলাঘাট এগৰাকী উদীয়মান কণ্ঠশিল্পী নৱনীতা শৰ্মাৰ 'বহাগৰ বা' শীৰ্ষক এটি গীত কালি গোলাঘাট প্ৰেছ ক্লাবত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়।
এই উপলক্ষে পশ্চিম গোলাঘাট শাখা সাহিত্য সম্পাদক স্বাগতা বৰাই আঁত ধৰা উন্মোচনী সভাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ লুকুমণি গোস্বামীয়ে।
'বহাগৰ বা' শীৰ্ষক গীত…
Read More...