ছবিত অভিনয়ৰ প্রলোভন দি মুম্বাইত মহিলাক ধ*র্ষণ দুর্বৃত্তৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ চলচ্চিত্রত অভিনয়ৰ সুযোগ দিয়াৰ প্রতিশ্রুতি দি এগৰাকী মহিলাক একাধিকবাৰ ধর্ষণ কৰাৰ অভিযোগ উঠিছে এজন ব্যক্তিৰ বিৰুদ্ধে৷ অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ একেটা ঘটনাত নির্যাতিতা মহিলাৰ বান্ধৱীৰ বিৰুদ্ধেও ভাবুকি প্রদানৰ অভিযোগ অনা হৈছে৷ বান্ধৱীৰ স্বামী আৰু কন্যায়ো এই মহিলাগৰাকীক ভাবুকি দিছিল বুলি অভিযোগ দাখিল কৰা…
Read More...