বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ 'আমাৰ অসমত মহাপুৰুষ শংকৰদেৱে যি সংগীতৰ ধাৰা দি গ'ল, সেই ধাৰাই অসমৰ সংস্কৃতিক গৌৰৱ পূৰ্ণ কৰি ৰাখিছে। আমাৰ সংস্কৃতিৰ মুল ধাৰাটোৱেই হ'ল শংকৰী সংস্কৃতি।" অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত যোৰহাটৰ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত…
Read More...