নিজ চর্তত ৰজা জুবিনে তেওঁৰ চর্ততেই আমাক এৰি গ’ল
🔹 ভাতৃসম শিল্পীৰ মৃত্যুৰ সংবাদ শুনি শোকাভিভূত ছান
নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : শুকুৰবাৰে বিয়লি ছিংগাপুৰত এক দুর্ঘটনাত জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গৰ আকস্মিক বিয়োগৰ বার্তা শুনি শোকাভিভূত হৈ পৰে কণ্ঠশিল্পী ছান৷ জুবিন গার্গৰ বিয়োগৰ বার্তা লাভ কৰাৰ পাছতেই জনপ্রিয় শিল্পী ছানে সামাজিক মাধ্যমযোগে জুবিনৰ সৈতে আলোকচিত্র প্রচাৰ কৰি শোকবার্তাত কয়– জুবিন…
Read More...