অসমীয়াক তাচ্ছিল্য কৰা তনু শ্বাহীক দুলীয়াজান আৰক্ষীৰ জেৰা
🔹 অসমীয়াক তাচ্ছিল্য কৰা তনু শ্বাহীক দুলীয়াজান আৰক্ষীৰ জেৰা
🔹 বিএন সিং পেট্র’ল পাম্পকেন্দ্রিক বিতর্ক অব্যাহত
বিশেষ বাৰ্তা, ২৩ মে’ : দুলীয়াজানৰ বি এন সিং তেল ডিপোত দুটা পক্ষৰ মাজত সংঘটিত সংঘাতক লৈ সৃষ্টি হোৱা বিতর্ক অব্যাহত আছে৷ ইয়াৰ মাজতে সংঘাতৰ সময়ত অসমীয়াক উদ্দেশ্যি তুচ্ছ–তাচ্ছিল্যসূচক মন্তব্য কৰা তনু শ্বাহী নামৰ অনা–অসমীয়া যুৱতীগৰাকীক কালি…
Read More...