নগাঁৱৰ জাজৰিত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য
ডিজিটেল ডেস্ক, ৩১ মে' : নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজন জাজৰি বগৰীগুৰিৰ ৰিংকু দাস।
অভিযোগ অনুসৰি, মৰিগাঁৱৰ গেৰুৱাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৰিংকু দাসৰ। পৰিয়ালৰ দাবী অনুসৰি, ২৫ মে’ তাৰিখে ৰিংকু দাস প্ৰেমিকাৰ ঘৰত ফুৰিবলৈ গৈছিল। কিন্তু তাৰ পিছতে ঘৰলৈ জীৱিত হৈ উভতি নাহি…
Read More...