Gayatri Hazarika : জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা-ৰ দেহাৱসান
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মে' : কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই...। আজি গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ হাস্পতাল নেমকেয়াৰত তেওঁৰ দেহাৱসান ঘটে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫।
গায়ত্ৰী হাজৰিকাই মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰি ভালেসংখ্যক…
Read More...