ঈদৰ আগে আগে ধুবুৰীৰ বালি চাপৰিত উদ্ধাৰ গৰাকীবিহীন গো-ধন
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২২ মে' : আগন্তুক ঈদ-উল-আজহাৰ আগে আগে আজি ধুবুৰী চহৰৰ পৰা সামান্য নিলগৰ বৰলুইতৰ মাজৰ এটা সৰু বালি চাপৰিত অভিযান চলাই ধুবুৰী আৰক্ষীৰ এটি দলে গৰাকীবিহীন চাৰিটাকৈ গো-ধন উদ্ধাৰ কৰে।
ধুবুৰী চহৰৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুৰী পাৰঘাটৰ পৰা কিছু নিলগৰ সেই সৰু চাপৰিটোত আজি পুৱা আৰক্ষীৰ দলে এখন ইঞ্জিনচালিত বোটেৰে উপস্থিত হৈ…
Read More...