উজ্বলা গেছৰ কাৰ্ডধাৰীলৈ ২৫০ টকাত চিলিণ্ডাৰ
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : উজ্বলা গেছৰ কাৰ্ডধাৰী পৰিয়াললৈ ২৫০ টকাত চিলিণ্ডাৰ । স্বৰাজোত্তৰ কালত কংগ্ৰেছ চৰকাৰে অধিক সময় শাসনত থাকিও কোনো বিশেষ উল্লেখনীয় কাম কৰিবলৈ সক্ষম নহ'ল। কিন্তু বিজেপিয়ে অতি কম সময়ৰ ভিতৰতে দেশখনৰ লগতে ৰাজ্যখনক দ্ৰুত উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
আজি…
Read More...