বোকাখাতত ‘নেক ব্লাষ্ট’ৰ সংহাৰ : তিনি শতাধিক কৃষক ক্ষতিগ্ৰস্ত
বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচৈ গাঁও পঞ্চায়তৰ তিনি শতাধিক কৃষকৰ বৰোধানৰ পথাৰত বৰ্তমান 'নেক ব্লাষ্ট' (Neck Blast) নামৰ এক মাৰাত্মক ভেঁকুৰজাতীয় ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগৰ প্ৰকোপত গুটুং আৰু ধনশিৰি বৃহত্তৰ অঞ্চলৰ বিঘাই বিঘাই বৰোধানৰ খেতি ক্ষতিগ্ৰস্ত হোৱাত কৃষকসকল দিশহাৰা হৈ পৰিছে।
পথাৰত ৰোগৰ সংক্ৰমণৰ খবৰ লাভ কৰাৰ লগে লগে গোলাঘাট…
Read More...