১৪১টা বলত ৪২টা ছিক্সাৰেৰে ৪৩০ ৰান জন্ময় ৰাজবংশী -ৰ
🔹 ১৪১টা বলত ৪২টা ছিক্সাৰেৰে ৪৩০ ৰান জন্ময় ৰাজবংশী -ৰ
🔹 ক্লাব পর্যায়ৰ মেচত অনন্য অভিলেখ নলবাৰীৰ খেলুৱৈৰ
বিশেষ বার্তা, ২৪ জুন : অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে আন এগৰাকী প্রতিভাৱান স্কুলীয়া ছাত্রই বিস্ফোৰক বেটিঙেৰে ৰাজ্যবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ প্রথম বিপুল ভৰালী চিচিডি চেলেঞ্জার্ছ ১৩ বছৰ…
Read More...