মানকাচৰত বিজেপি কৃষক মৰ্চাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসত বৃক্ষৰোপণ
ডিজিটেল ডেস্ক, মানকাচৰ, ৫ জুন : আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা, দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিৰ উদ্যোগত আৰু মানকাচৰ মণ্ডল কৃষক মৰ্চাৰ সহযোগত মানকাচৰত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
মানকাচৰৰ বিভিন্ন ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ দাঁতিত গছপুলি ৰোপণ কৰা হয়। ফলমূল, ঔষধি আৰু ছাঁ দিয়া গছৰ পুলি ৰোপণৰ লগতে…
Read More...