মৃত ব্যক্তিৰ বৃক্ক সংৰোপণ জিএমচিএইচৰ দুই ৰোগীৰ দেহত
🔹 অসমৰ চিকিৎসা খণ্ডত অভাৱনীয় সাফল্য
বিশেষ বাৰ্তা, ৩ মার্চ : অসমত একবিংশ শতিকাৰ আধুনিক চিকিৎসা বিজ্ঞানৰ অভাৱনীয় সাফল্য৷ প্রথমবাৰলৈ মৃত ব্যক্তিৰ অংগৰ দ্বাৰা এজন নহয়, দুজন ব্যক্তিয়ে পালে নতুন জীৱন৷ বিগত কিছুদিন পূর্বে মহানগৰীৰ মালিগাঁৱৰ স্বাগত ছুপাৰস্পেচিয়েলিটী হাস্পতালত ভর্তি হৈছিল উত্তম দে’ নামৰ এজন লোক৷ ৫০ ঊর্ধ্বৰ লোকজন গুৰুতৰভাৱে ব্রেইন…
Read More...