দীপাংকৰ দত্তলৈ ‘মিৰ্চি এক্সিলেন্স এৱাৰ্ড ২০২৬’
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম কাৰিকৰী তথা বৃত্তিমুলক শিক্ষা প্ৰতিষ্ঠান চি.ই.চি (CEC)-ৰ প্ৰতিষ্ঠাপক সভাপতি দীপাংকৰ দত্তক দক্ষতা বিকাশ আৰু ডিজিটেল শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে 'মিৰ্চি এক্সিলেন্স এৱাৰ্ড ২০২৬' (Mirchi Excellence Award 2026) প্ৰদান কৰা হয়।
যোৱা ২৬ জুনত গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্য সভাৰ…
Read More...