ভোগালীৰ উছাহ
ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলিছে সমগ্র ৰাজ্যখনত৷ অসমীয়াৰ প্রাণৰ উৎসৱ ভোগালী বিহুৰ বাবে ইতিমধ্যে গাঁও–ভূঁই সকলোতে আৰম্ভ হৈছে উৎসৱৰ পৰিৱেশ৷ আজি উৰুকা৷ উৰুকাৰ ভোজ–ভাতৰ বাবে ইতিমধ্যে অসমীয়া সমাজত চলিছে পূর্ণ প্রস্তুতি৷ অসমীয়া কৃষক–গঞা আছিল বিহুৰ স্রষ্টা৷ বিহু বুলিয়েই নহয়, সকলো উৎসৱৰ স্রষ্টা গাঁৱৰ শ্রমজীৱী জনতা৷ ভোগালী বিহুও কৃষি উৎসৱ৷…
Read More...