সম্পাদকীয় : পৃথিৱীৰ তৃতীয় শক্তি ক্ষেত্র
বিজ্ঞানৰ অগ্রগতিত তত্ত্বগতভাৱে চলি থকা কিছুমান ধাৰণা কেতিয়াবা সলনি হয়৷ প্রাৰম্ভিক অৱস্থাত কৰা ধাৰণা ভুল প্রমাণিত হয় আৰু নতুন ধাৰণাৰে বিজ্ঞানৰ চমৎকাৰিতা আগুৱাই যায়৷ আনহাতে কেতিয়াবা তত্ত্বগতভাৱে চলি থকা ধাৰণা সম্পূর্ণ শুদ্ধ বুলি প্রমাণিত হয়৷ বিজ্ঞানী আৰু গৱেষকৰ দলে অহোপুৰুষার্থ কৰি তত্ত্বক বাস্তৱ বুলি প্রমাণিত কৰে৷ পৃথিৱীৰ তৃতীয়টো শক্তি ক্ষেত্র আছে…
Read More...