কিতাপৰ বছৰ
শৰতৰ আগমনৰ লগে লগে অসমত আৰম্ভ হয় গ্রন্থ উৎসৱৰ বতৰ৷ ৰাজ্যখনৰ বিভিন্ন জিলাত গ্রন্থমেলা আৰু সাহিত্য উৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ২৭ ডিচেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে গুৱাহাটী গ্রন্থমেলা৷ এইবাৰ গুৱাহাটী গ্রন্থমেলা অনুষ্ঠিত হোৱাৰ পূর্বে ২০২৫ বর্ষটো ৰাজ্য চৰকাৰে কিতাপৰ বছৰ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে৷ ২৪ ডিচেম্বৰত…
Read More...