সম্পাদকীয় : বয়ন শিল্প
সভ্যতাৰ অন্যতম চানেকি বয়ন শিল্প হ’ল প্রাচীনতম হস্তশিল্পৰ অনন্য নিদর্শন৷ প্রাচীন ইজিপ্তত প্রায় ৫০০০ খ্রীষ্টপূর্বৰ বয়ন শিল্পৰ নমুনা পোৱা গৈছে৷ তাঁতশালত বোৱা এই বস্ত্র সময়ৰ লগে লগে উন্নত হ’বলৈ ধৰে, নতুন বয়ন কৌশল ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়৷ মধ্যযুগত তাঁতশালবোৰ অধিক উন্নতভাৱে গঢ় দিয়াৰ ফলত সূক্ষ্ম হস্তকলাৰ আর্হি চকুত পৰে৷ উদ্যোগ বিপ্লৱৰ কালছোৱাত যান্ত্রিক…
Read More...