সম্পাদকীয় : দুর্গাপূজাত প্রকৃতি
পৃথিৱীৰ পৰা অসূয়া–মংগল আঁতৰ কৰাৰ বাবে আৰম্ভ হ’ল দুর্গতিনাশিনী দেৱী দুর্গাৰ পূজা৷ ষষ্ঠীৰ দিনা বোধনৰ জৰিয়তে দেৱী দুর্গাৰ পূজা আৰম্ভ হোৱাৰ পাছত বিজয়া দশমীলৈকে দেশৰ বিভিন্ন প্রান্তত দেৱী দুর্গাৰ বন্দনা চলিব৷ ধর্মীয় ৰীতি–নীতিৰে দেৱী দুর্গাক পূজা–র্চনা কৰাৰ সমান্তৰালকৈ পূজা মণ্ডপত সাংস্কৃতিক অনুষ্ঠানো চলিব৷ ধার্মিক আৰু সাংস্কৃতিক পৰম্পৰাৰ জৰিয়তে দেৱী…
Read More...