সম্পাদকীয় : পৃথিৱীৰ ঘূর্ণন গতি হ্রাস
পৃথিৱী গ্রহলৈ আহি পৰিছে বিভিন্ন পৰিৱর্তন৷ পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি হ্রাস পোৱা বুলি ইতিমধ্যে বিজ্ঞানীসকলে দাবী কৰিছে৷ ইয়াৰ ফলতেই দিন–ৰাতিৰ সময়সীমাতো প্রভাৱ পৰা বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ কেইবাগৰাকীও জ্যোতির্বিজ্ঞানীয়ে দাবী কৰা অনুসৰি পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্রৰ ঘূর্ণন গতি হ্রাস পোৱাৰ লগে লগে গ্রহটোৰ চৌম্বকীয় ক্ষেত্রৰ স্থিতাৱস্থাতো…
Read More...