পুনৰ অতিমাৰীৰ আতংক
অতিমাৰীৰ ভয়াৱহ স্মৃতি সজীৱ হৈ আছে বিশ্ববাসীৰ মাজত৷ ক’ৰোনা অতিমাৰীয়ে সমগ্র বিশ্বত কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেই কথা পাহৰি যোৱা নাই মানৱ জাতিয়ে৷ পুনৰ এনেধৰণৰ মহামাৰীয়ে পৃথিৱীক গ্রাস কৰিব নেকি তাক লৈ সৃষ্টি হৈছে আশংকা৷ বিজ্ঞানীসকলে এই আশংকা কৰিছে যে অচিৰেই অতি ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব মানৱ সভ্যতা৷ সমগ্র বিশ্বত লাখ লাখ মানুহৰ মৃত্যু হৈছিল…
Read More...