সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা (AI)ৰ ভৱিষ্যৎ
কৃত্রিম বুদ্ধিমত্তা (AI)ৰ বিষয়ে সাধাৰণ লোকৰ মাজত আগ্রহৰ পৰিমাণ বৃদ্ধি পাই আহিছে আৰু একে সময়তে কিছুমান মানুহে বাঢ়ি অহা প্রভাৱৰ সমান্তৰালকৈ ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে৷
এই বিৰোধিতাৰ ভালেমান কাৰণ আছে, যিবোৰৰ মাজৰ কিছুমান কাৰণ একেবাৰে স্পষ্ট আৰু সেইবোৰ গভীৰ সামাজিক–মানসিক ভয়ৰ লগত জডিত৷ এইক্ষেত্রত সকলোতকৈ বেছি উচ্চাৰিত আশংকা হৈছে চাকৰিৰ অনিশ্চয়তা৷…
Read More...