খিলঞ্জীয়াৰ সুৰক্ষাৰ প্রশ্ন
‘২০৪১ চনত মুছলমানপ্রধান ৰাজ্যত পৰিণত হ’ব অসম৷’ বর্ধিত জনসংখ্যাৰে আমাৰ দেশখনে বিশ্ব অভিলেখ গঢ়াৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৯ জুলাইত এইদৰে বিস্ফোৰণ ঘটাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এনে মন্তব্য আৰু আশংকাৰ ঐতিহাসিক ভিত্তি আছে৷ দশক দশক ধৰি চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অনুপ্রৱেশ আৰু অত্যধিক জন্মহাৰৰ বাবে অসমত ইছলামধর্মী লোকৰ সংখ্যা বৃদ্ধি…
Read More...