প্রদূষিত চহৰৰ শীর্ষত দিল্লী
অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গার্গৰ আকস্মিক বিদায়ৰ পিছত আজিও শোকত ম্রিয়মাণ হৈ আছে সমগ্র জাতিটো৷ বিগত এমাহৰো অধিক কাল প্রায় সকলো ধৰণৰ উৎসৱ–আনন্দৰ পৰা বিৰত আছে প্রতিটো জাতি–ধর্মৰ লোক৷ আনকি এইবাৰ দীপাৱলীৰ সময়তো স্বতঃস্ফূর্তভাৱে আতচবাজী, শব্দবাজীৰ পৰা নিজকে আঁতৰাই ৰাখিছিল প্রায় সকলো অসমীয়াই৷ ইয়াৰ ফলস্বৰূপে অসমত এইবাৰ দীপাৱলী শান্তিপূর্ণভাৱে উদযাপন হ’ল…
Read More...