সম্পাদকীয় : অসমৰ মহিলা সাংসদ
১৯৫২ চনত ভাৰতবর্ষত প্রথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল সাধাৰণ নির্বাচন৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত সেই বছৰ অসমতো সংসদীয় নির্বাচন অনুষ্ঠিত হৈছিল৷ ইয়াৰ পিছৰটো লোকসভা নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত৷ এই নির্বাচনত প্রথমবাৰৰ বাবে মহিলা সাংসদৰূপে নির্বাচিত হৈছিল মফিদা আহমেদ৷ তেৱেঁই অসমৰ প্রথমগৰাকী মহিলা সাংসদ৷ ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্রার্থী হিচাপে তেওঁ…
Read More...