সম্পাদকীয় : সংগীত আৰু সংকট
সংগীত পৰিৱেশন সমগ্র বিশ্বতে উপার্জনৰ এটা ভাল পথ হিচাপে স্বীকৃত৷ বিশ্ববিখ্যাত সংগীত শিল্পীসকলৰ কথা নহয়, সৰু সৰু ঠাইতো সীমিত ঠাইৰ মাজত বিখ্যাত হৈ পৰা পৰিৱেশনকাৰীসকলে এতিয়া অর্থ উপার্জন কৰিব পৰা হৈছে৷ অকল ইমানেই নহয়, ইমানদিনে অৱহেলিত হৈ থকা বুলি ভবা লোকশিল্পীসকলৰো চাহিদা বৃদ্ধি পাইছে আৰু ফলস্বৰূপে লোকশিল্পীৰ অনুশীলন আৰু পৰিৱেশনকাৰীৰো সংখ্যা বাঢ়িছে আৰু…
Read More...