সম্পাদকীয় : হালাল খাদ্যৰ এজেণ্ডা
যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্রদেশ চৰকাৰে যোৱা ১৮ নৱেম্বৰত জাৰি কৰা এক আদেশ অনুসৰি হালাল প্রমাণ–পত্র থকা খাদ্য–সামগ্রীৰ ডৎপাদন, সংৰক্ষণ, বিতৰণ আৰু বিক্রী তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছিল৷ এই আদেশে সমগ্র ভাৰততে একধৰণৰ হুলস্থূলৰ সৃষ্টি কৰিলে৷ কিন্তু এই আদেশৰ আগলৈকে খুব কম মানুহেহে জানিছিল যে ইছলাম ধর্মৰ প্রচলিত নিয়ম মতে প্রস্তুত…
Read More...