সিন্ধু জল চুক্তি
দেশতেই নহয়, বিশ্বজুৰি সম্প্রতি চর্চিত বিষয়ৰ অন্যতম সিন্ধু জল চুক্তি৷ ভাৰত আৰু পাকিস্তানৰ মাজত জল বিনিময়ৰ এই চুক্তি৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকক বর্বৰতাৰে হত্যালীলা চলোৱাৰ পাছতেই সিন্ধু জল চুক্তি ব্যাপক চর্চাৰ মাজলৈ আহিছে৷ অৱশ্যে ইয়াৰ পূর্বেও এই সিন্ধু জল চুক্তি কেইবাবাৰো বিতর্ক আৰু চর্চাৰ মাজলৈ নহা নহয়৷ কিন্তু…
Read More...