দীপাৱলীত ভোকেল ফৰ লোকেল
শাৰদীয় দুর্গাপূজাৰ পৰাই ভাৰতবর্ষত উছৱৰ বতৰ আৰম্ভ হয় যদিও দেশখনত দীপাৱলীৰ সময়ছোৱাক প্রকৃতার্থত উছৱৰ সময় বুলি কোৱা হয়৷ দুর্গাপূজা মূলতঃ পশ্চিমবংগ, ত্রিপুৰা, অসম, বিহাৰ, ঝাৰখণ্ডসহ কেইখনমান ৰাজ্যত সীমাবদ্ধ হৈ থাকে৷ ইয়াৰ বিপৰীতে প্রায় সমগ্র দেশখনতে পোহৰৰ উৎসৱ দীপান্বিতা উদযাপন কৰা হয়৷ দীপান্বিতাৰ সৈতে ধনতেৰছৰো সম্পর্ক থাকে৷ গোটেই সময়ছোৱাত দেশজুৰি…
Read More...