আলুৰ ৰাজনীতি
আলুৰ উৎপাদনত অসম কেতিয়াও স্বাৱলম্বী নাছিল৷ স্বৰাজোত্তৰ কালৰ পৰাই ৰাজ্যখনৰ এয়াই পৰিচয় অথবা নিয়তি বুলি ক’লে বঢ়াই কোৱা নহয়৷ বিষয়টোত আজিলৈকে কোনো এখন চৰকাৰে গুৰুত্বও দিয়া পৰিলক্ষিত নহ’ল৷ অকল আলুৰ ক্ষেত্রতেই নহয়, পিঁয়াজকে ধৰি আন বহু প্রয়োজনীয় পাচলিৰ ক্ষেত্রতো অসমে আনৰ ওপৰতেই নির্ভৰশীল হৈ চলিবগীয়া দুর্ভাগ্যজনক দুৰৱস্থাৰ সৈতেই সহাৱস্থান কৰি আহিছে৷ ইয়াৰ…
Read More...