শক্তিহীন বিৰোধী ৰাজনীতি
শক্তিহীন বিৰোধী ৰাজনীতি
অসমৰ ৰাজনীতিত বিগত ১১ বছৰে ধাৰাবাহিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে শেহতীয়া পঞ্চায়ত নির্বাচনতো অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক বিধানসভা নির্বাচনলৈ এবছৰো নাই৷ বিধানসভা নির্বাচনৰ পূর্বে পঞ্চায়ত নির্বাচনত বিজেপি আৰু অসম গণ পৰিষদৰ এনে ৰাজনৈতিক সাফল্যই শাসকীয় দল দুটাক উৎসাহিত কৰাটো স্বাভাৱিক৷…
Read More...