সম্পাদকীয় : জলবায়ু পৰিৱর্তন আৰু অসমৰ কৃষিখণ্ড
অসমৰ অর্থনীতি আৰু গ্রাম্য সমাজখনৰ মূল ভেটিটোৱেই হৈছে কৃষি৷ যুগ যুগ ধৰি বৰষুণৰ অনুকূল ঋতুচক্র আৰু ব্রহ্মপুত্র–বৰাক উপত্যকাৰ পলসুৱা ভূমিৰ ওপৰত নির্ভৰ কৰি আমাৰ কৃষকসকলে পৰম্পৰাগত কৃষিকার্য পৰিচালনা কৰি আহিছে৷
কিন্তু বর্তমান গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাৰ পৰা আমাৰ ৰাজ্যখনো মুক্ত হৈ থকা নাই৷ অনিয়মিত বৰষুণ, অসময়ত হোৱা ভয়াৱহ বানপানী,…
Read More...