আফগানিস্তানত গণতন্ত্রৰ সূর্যাস্ত
গণতন্ত্রক সম্পূর্ণৰূপে সমাধিস্থ কৰা হ’ল তালিবানৰ আফগানিস্তানত৷ দুবছৰ পূর্বে দেশখনৰ ক্ষমতালৈ তালিবান উভতি অহাৰ পিছতে বিশ্বৰ বিভিন্ন দেশে আশংকা প্রকাশ কৰিছিল যে পুনৰ মধ্যযুগীয় বর্বৰতাই প্রাণ পাই উঠিব কুখ্যাত ইছলামিষ্ট জেহাদীৰ হাতত, অন্ধকাৰত বন্দী হ’ব দেশৰ নাৰী সমাজ৷ শিক্ষা, সংস্কৃতিলৈ নামি আহিব ভাবুকি৷ আশংকা কৰা ধৰণেই তালিবান আগবাঢ়িছে নিজৰ মধ্যযুগীয়…
Read More...