ভাৰতীয় ক্রীড়া–২০২৪
পুনৰ এটি বছৰে বাগৰ সলাবলৈ আগবাঢ়িছে৷ আৰু মাত্র দুটা দিনৰ পাছতে মেলানি মাগিব পুৰণা বছৰটোৱে৷ ইয়াৰ লগে লগে ২০২৫ বর্ষই সকলোৰে বাবে নতুন নতুন আশা লৈ আহিব আমাৰ মাজলৈ৷ ২০২৪ বর্ষই বিদায় লোৱাৰ পূর্বে এই বছৰটোৰ হিচাপ–নিকাচ আৰম্ভ হৈছে৷ এইক্ষেত্রত ক্রীড়াক্ষেত্রখনো ব্যতিক্রম নহয়৷ এই বছৰটো ভাৰতীয় ক্রীড়া জগতৰ বাবে আন এক স্মৰণীয় বছৰ হিচাপে অনুৰাগীৰ মাজত সজীৱ হৈ…
Read More...