সমৃদ্ধিয়ে যৌতুকত ইন্ধন যোগায়
ভাৰতত ১৯৬১ চনৰ পৰা যৌতুক নিষিদ্ধ কৰা হৈছে, সম্প্রতি আনুষ্ঠানিকভাৱে যৌতুক প্রথা প্রচলিত হৈ থকা নাই যদিও পৰোক্ষভাৱে ই পূর্বৰ দৰেই চলি আছে৷ অর্থাৎ যৌতুক প্রথা আইনী অর্থত নিষিদ্ধ যদিও সমাজত যৌতুক নির্বিঘ্ণে চলি আছে৷ কইনাৰ পৰিয়ালে উপহাৰ দিয়াৰ নামত নগদ ধন, সাজ–পোছাক, আ–অলংকাৰ আদি দৰাৰ পৰিয়ালক দিয়ে৷ ই যদিও যৌতুক বুলি ধৰা নহয়, কিন্তু পৰোক্ষভাৱে যৌতুকৰে এক…
Read More...