উপ–নির্বাচনৰ বতৰা
পৰৱর্তী বিধানসভা নির্বাচনলৈ অসমত এতিয়াও বহু সময় আছে৷ মাজত সম্পূর্ণ বছৰ এটা পাৰ হ’বলৈ বাকী৷ তাৰ পিছত আৰু এটা বছৰৰ কেইটামান মাহ অপেক্ষা কৰিব লাগিব৷ ২০২৫ চনৰ ছমাহমান পাৰ হোৱাৰ পিছতহে ৰাজ্যখনত লাহে লাহে বিধানসভা নির্বাচনৰ পৰিৱেশ এটা গঢ় লৈ উঠিব৷ সাধাৰণ ভোটাৰৰ মাজত পৰৱর্তী চৰকাৰখনক লৈ জল্পনা–কল্পনা আৰম্ভ হ’ব৷ কিন্তু ৰাজনৈতিক দলে মাজৰ এই সময়ছোৱাক সাধাৰণ…
Read More...