ৰাছিয়াৰ অস্থিৰতা
ইউক্রেইন–ৰাছিয়াৰ যুদ্ধৰ মাজতে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ ঘনিষ্ঠ ভাৰাতীয়া বাহিনী ৱাগনাৰৰ মুৰব্বী য়েভজেনি প্রিগোজিনে পুটিনক উৎখাতৰ হুংকাৰ দি মস্কো অভিমুখে সামৰিক সমদল আৰম্ভ কৰিছিল৷ ইউক্রেইন যুদ্ধত ৰুছ সেনাক সহায় কৰা ৱাগনাৰ বাহিনীৰ সৈতে বিশ্বাসঘাতকতাৰ অভিযোগ তুলি য়েভজেনি প্রিগোজিনে ৰাছিয়াৰ শাসনৰ পৰা পুটিনক ক্ষমতাচ্যুত কৰিবলৈ ‘ন্যায়ৰ যাত্রা’ আৰম্ভ…
Read More...