সুখৰ সূচাংক
আদিম বন্যতাৰ পৰা আধুনিক জীৱশ্রেষ্ঠ মানৱলৈ বিভিন্ন পর্যায়ৰ মাজেৰে আহি উপনীত হোৱাৰ পাছত মানৱ জাতিৰ মাজত সামাজিক, ধার্মিক, আর্থিক, সাংস্কৃতিক আদি বিভিন্ন বিষয় গঢ় লৈ উঠিছে৷ মানুহে জীৱন–যাপনৰ বাবে নিজৰ মতে সাজু কৰি লোৱা দিশসমূহ সঠিকভাৱে বর্তাই ৰখাৰ ক্ষেত্রত সদায়ে ব্যস্ত হৈ আছে৷ বিভিন্ন দেশত মানুহৰ জীৱন ধাৰণৰ মানত কিছু কিছু বিভেদতা আছে৷ পৃথিৱীখনত কোনখন…
Read More...