ট্রাম্পক লৈ আশংকা
প্রথমবাৰ আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে ট্রাম্প নির্বাচিত হোৱাটো দেশবাসীৰ বহুতৰ বাবে অপ্রত্যাশিত ঘটনা আছিল৷ কিন্তু শেহতীয়া নির্বাচনত দ্বিতীয়বাৰলৈ ট্রাম্প ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছে অভিলেখ সৃষ্টি কৰি৷ তথাপি ট্রাম্প নির্বাচিত হোৱাৰ পিছতে আমেৰিকাত সৃষ্টি হৈছে অশান্তি৷ উগ্র জাতীয়তাবাদী হিচাপে ট্রাম্পক বিভিন্ন মহলে আখ্যা দি আহিছে৷ আনকি অশ্বেতাংগ…
Read More...